Posts

Showing posts from July, 2019

"এইজনী বেশ্যা "

Image
ভিন্ন লাইটৰ পোহৰত ৰখি আছিল বহুতো অপেশ্বৰী, কোনো কম নহয়, সকলো যেন ভিন্ন ধৰণৰ ৰঙত মিহলি গৈছে। কাৰোবাৰ যৌৱনৰ হাবিয়াস পূৰ কৰিবলৈ ৰখি আছে , নিজৰ কষ্টক বাদ দি, আনৰ সুখৰ কাৰণ হব লগা হয়, সেই অপেশ্বৰী দেহটোৰ সকলো যেন এই পৃথিৱীৰ শ্ৰেষ্ঠ জীৱই বিক্ৰী কৰি দিছে, নিজে নিজৰে কাৰোবাক ব্যৱহাৰ কৰিছে নিজৰ কাৰণে । এইটি কাহিনীৰ গুৰী বিচাৰি মইও গলো সেই ৰঙত মিহলি হবলৈ, এইটি কোঠাৰ ভিতৰত ৰজনীগন্ধাৰ দৰে গোন্ধই আকৰ্ষিত কৰিলে, হাতত ৰঙা খাৰু, ভৰিত পাইলৰ চিক্ - চিক্ শব্দ; ৰঙা শাৰীত বহি আছিল এজনী অপেশ্বৰী । "বাবু, আপুনিও আহিছে এই কোমল দেহাৰ সুখ লবলৈ", মুখৰ সকলো ভাষাৰ বাণ বিলাক যেন তাইৰ অপেশ্বৰী ৰূপটোত বিফল হবলৈ ধৰিছে এটা এটা কৈ , দুচকুত যেন স্বৰ্গৰ অপেশ্বৰী দেখা পালো, ওঠত প্ৰেমৰ ৰঙা ৰঙ দেখা পালো; কোমল দেহাটো দেখিলে লাগে যেন কোনো স্বৰ্গৰ অপেশ্বৰী ক প্ৰেমৰ মূৰটি এটি বনাই মোৰ আগত ৰাখি থৈছে। এই দেহক সকলোই জন্তুৰ দৰে ব্যৱহাৰ কৰিছে, আপুনি বা কেনেকৈ ব্যৱহাৰ কৰিব? এই দেহৰ কোনো মূল্য নাই, কেৱল যৌৱনৰ হাবিয়াস পূৰ কৰিব পৰা এটি মাধ্যম, সমাজৰ আগত মই কুলক্ষণীয়া, সকলো মোক 'বেশ্যা' ...